<linearGradient id="sl-pl-stream-svg-grad01" linear-gradient(90deg, #ff8c59, #ffb37f 24%, #a3bf5f 49%, #7ca63a 75%, #527f32)
Loading ...

Hiyar Epahi Golap – KOHINOOR Theatre – Zubeen Garg & Priyanka

Hiyar Epahi Golap Lyrics from KOHINOOR Theatre (2012-13) which was song by Zubeen Garg and Priyanka. Here is the Hiyar Epahi Golap Lyrics.

 

Hiyar Epahi Golap Lyrics and Video

https://www.youtu.be/y-E7lv12D84

 

Title: Hiyar Epahi Golap ( হিয়াৰ এপাহি গোলাপ )
Singer: Zubeen Garg and Priyanka

 

Hiyar Epahi Golap Lyrics

শোণিতৰে সোঁতে সোঁতে
বয় তোমাৰে নাম
কলিজাৰে আশে পাশে
তোমালৈয়ে মৰম
ৰ’দে জোনাকে চুই থাকে প্রণয় কোলাত
অ’ অ’ অ’ অ’ অ’ অ’
হিয়াৰ এপাহি গোলাপ
হিয়াৰ এপাহি গোলাপ

ক’ব নোৱাৰো বাবেই সিৰাম গাৰু বুকুতে
জ্বলাব নোৱাৰো বাবেই সিমান চেনেহ বুকুতে
দুপৰৰ খবৰত নিশাৰো বতৰাত
সিৰে ৰ’বা পৰত
দুভৰিৰ দুখোজত
দৰদি ভাৱনাৰে খং ভালপোৱা
অ’ অ’ অ’ অ অ অ
হিয়াৰ এপাহি গোলাপ
হিয়াৰ এপাহি গোলাপ
শোণিতৰে সোঁতে সোঁতে
বয় তোমাৰে নাম
কলিজাৰে আশে আশে পাশে
তোমালৈয়ে মৰম
ৰ’দে জোনাকে চুই থাকে প্রণয় কোলাত
অ’ অ’ অ’ অ’ অ’ অ’
হিয়াৰ এপাহি গোলাপ
হিয়াৰ এপাহি গোলাপ


Share on: