Xagor Dekhisa (সাগৰ দেখিছা)
Devakanta Borooah ( দেৱকান্ত বৰুৱা )‘s Xagor Dekhisa (সাগৰ দেখিছা) … সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই,শুনিছোঁ তথাপি,নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰদিগন্ত বিয়াপি | মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা, বেদনাৰে –দেখা নাই তুমি ?উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ ঢউ তোমাৰেইস্মৃতি – সীমা চুমি | শুনা নাই? মোৰ সাগৰত তুমি শুনা … Read more